অসম

প্ৰতি ভাষাৰে সাধাৰণতে দুটা ৰূপ থাকে— এটা শিষ্ট আৰু আনটো লোকায়ত ৷ শিষ্ট ৰূপটো লিখিত ৰূপত আৰু সমজুৱা অনুষ্ঠানত ব্যৱহৃত হয় ৷ আনহাতে লোকায়ত ৰূপটো থাকে তৃণমূল পৰ্যায়ত ৷  ব্যাকৰণৰ ফালৰ পৰা অশুদ্ধ, অভব্য তথা নিষিদ্ধ ৰূপৰ মুকলি ব্যৱহাৰ লোকায়ত ভাষাৰ বৈশিষ্ট্য ৷ এই ৰূপটো ঘাইকৈ একোটা অঞ্চলৰ মানুহৰ কথা - বতৰাৰ লগত জড়িত আৰু ইয়াক লোকভাষা (folk language) নামেৰেও জনা যায়  ৷ ভাষাৰ এই ৰূপটো সেই ভাষাৰ শিষ্ট, আ
Assamese ,অসম

সপ্তদশ আৰু অষ্টাদশ শতিকাৰ অসমৰ বুৰঞ্জীয়ে মানসপটত উদ্ভাসিত কৰে দুগৰাকী নাৰীৰ নাম ৷ সম্পূৰ্ণ বিপৰীত চৰিত্ৰৰ এই দুই নাৰীয়ে বুৰঞ্জীৰ পাটত নিজৰ নাম লিখি গৈছে ৷ আহক, আমি এই দুগৰাকী নাৰীক স্মৰণ কৰোঁ ৷

joymati, জয়মতী,
Joyphukhuri