Article

  • Author: 
    dimple
    dimple's picture

    জীৱনে শিকায়।যন্ত্ৰণাৰ চাদৰ খনে বাৰে বাৰে মেৰিয়াই ধৰে।সপোন ভাঙে,ভাঙে হৃদয়।বুকুত বিষাদ কঢ়িয়াই আনন্দৰ মুখা পিন্ধি ধুনীয়া হাহি এটাৰে অহৰহ যাতায়াত জীৱন পথত।ক্লান্ততাৰ শেষহীনতাৰে পিষ্ট আমি মুখা পিন্ধা প্ৰতিজন লোক।নিজক কৰ্ষণ কৰি কৰি ভাগৰুৱা জীৱনৰ আমি প্ৰতিজন পথচাৰী।হেৰুৱাই হেৰুৱাই নিস্ব আমি।হেৰুৱাবলৈ বাকী নথকা বাবেই হয়তো আমি নিৰ্ভিক।কিহৰ ভয়।কামিহাৰৰ মৰমৰনি কেৱল শুনো নিজে।হৃদয়ৰ তেজ বিয়পে আনে নেদেখা।প্ৰতিদিনৰ প্ৰতি পুৱা তৰোৱালৰ চনচননিৰ আস্ফালনত বুকু দুৰু দুৰু।জুইৰ মাজত পুৰি জি উঠা মই যে এটি ফিনিক্স।হওক চৌদিশে অহৰহ আক্ৰমণ,বতাহ উভতি বওক আমাৰ,নালাগে সুহৃদ,নালাগে ভালপোৱা।মোৰ জীৱন কেৱল মোৰ।কাৰো বজ্ৰাঘাটত

  • Engineering
    Author: 
    dibyadel
    dibyadel's picture

    When I was a kid, I was not aware about existence of  Engineer’.  The day probably when I heard the word  ‘engineer’  for the first time  in my life was when I was in class Seven when   I was too engrossed with a science drawing and looking at that,  father declared in our  family that his son would  become an “engineer”  one day. Like other parents, my parents might be worried about my future..