poem

Post date Poet Title Brief Description
24/01/2019 - 15:17 chayanika মন যায়

মন যায় ধুনীয়া তৰাৰ কাষ পাবলৈ
মোৰ মন যায় ফটোগ্ৰাফী কৰিবলৈ
মোৰ মন যায় তুলিকাত ৰং সানি আকাৰ বনাবলৈ
মোৰ মন যায় আইতাৰ সৈতে নামঘৰ যাবলৈ

09/08/2017 - 22:32 dipak গোলাপৰ স্তৱক

(১)
গোলাপৰ সতেজ এপাহ
হ’লেইবা  তল সৰা
হাতৰ মুঠিত
সানি যায় গোলাপী সুৱাস ৷
(২)
এপাহ চিঙি
সোধো গোলাপক
"কোৱাছোন তোমাৰ বেদনা কিমান ?"

12/07/2017 - 13:30 geetima Get-together

Life becomes tedious
By workload and stress,
A daily routine trails
If nothing found fresh.
A reunion of course
May change the way,
As “har ek friend

12/07/2017 - 12:58 manju পদ্মাৰ শোকগাথা

   বিলাপ:- "কৈক গৈলা স্ৱামী মোক অনাথিনী কৰি..."

   সূত্ৰধাৰ:- "এহিমতে পদ্মা সতী ভূমিত পৰিয়া বিলাপ কৰিতে লগিলা....."

    

  শোকগাথা: কুন্তী নন্দন তুমি ?