ৰামায়ণী বচন, প্ৰবাদ আৰু যোজনা

ৰামায়ণী বচন, প্ৰবাদ আৰু যোজনা

Author: 
Mr. Pranab Phukan
pranab's picture
পৃথিৱীৰ প্ৰথম মহাকাব্য ৰামায়ণ সৃষ্টি হৈছিল ভাৰতত ৷ বিশ্বৰ সৰ্ববৃহৎ মহাকাব্য মহাভাৰতও ভাৰতৰেই অৱদান ৷ কোনো প্ৰান্তীয় ভাষাত প্ৰথম ৰামায়ণ অনুবাদ কৰে বা কিছু নিজত্ব প্ৰদান কৰে চৌদ্ধ শতিকাৰ শেষৰ ফালে অপ্ৰমাদী কবি মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ কাব্য লিখি; তেওঁৰ এই কামৰ প্ৰধান পৃষ্ঠপোষক আছিল বৰাহী ৰজা মহামাণিক্য ৷
ৰামায়ণী বচন, প্ৰবাদ আৰু যোজনা