poem

Post date Poet Title Brief Description
26/01/2021 - 16:51 admin o mur apunar desh

29/02/2020 - 15:29 pranab সূৰ্য্যটো আজিও ডুবে দিহিঙৰ বুকুত

শৈশৱ আৰু কৈশোৰৰ
সেই বালিচৰবোৰ,
সেই নাম নজনা চাপৰি,
সেই বিভোড় গধূলিৰ
নদীৰ পাৰ ৷

সূৰ্য্যৰ হেঙুল বৰণেৰে
উদ্ভাসিত সেই দিনবোৰ
যেতিয়া সূৰ্য্য হেৰাইছিল

08/02/2020 - 00:00 pranab নৈসৰ্গিক
নুসুধিবা বন্ধু মই যাওঁ কলৈ...
আলি কেঁকুৰ
24/01/2019 - 15:17 chayanika মন যায়

মন যায় ধুনীয়া তৰাৰ কাষ পাবলৈ মোৰ মন যায় ফটোগ্ৰাফী কৰিবলৈ মোৰ মন যায় তুলিকাত ৰং সানি আকাৰ বনাবলৈ মোৰ মন যায় আইতাৰ সৈতে নামঘৰ যাবলৈ মোৰ মন যায় তোমাৰ সৈতে বেলি ডুবা চাবলৈ মোৰ মন যায় আগলতি কলাপাত

09/08/2017 - 22:32 dipak গোলাপৰ স্তৱক

(১)
গোলাপৰ সতেজ এপাহ
হ’লেইবা  তল সৰা
হাতৰ মুঠিত
সানি যায় গোলাপী সুৱাস ৷

12/07/2017 - 13:30 geetima Get-together

Life becomes tedious
By workload and stress,
A daily routine trails
If nothing found fresh.
A reunion of course
May change the way,
As “har ek friend

12/07/2017 - 12:58 manju পদ্মাৰ শোকগাথা
   বিলাপ:- "কৈক গৈলা স্ৱামী মোক অনাথিনী কৰি..."
   সূত্ৰধাৰ:- "এহিমতে পদ্মা সতী ভূমিত পৰিয়া বিলাপ কৰিতে লগিলা....."