Name: 
Mr. Pradip Hazarika
Profession: 
Service
workplace: 
MACE ,
Pradip Hazarika
Event Date: 
Friday, October 28, 2022 - 12:45
আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অসম সাহিত্য সভা -নাৰায়ণপুৰ অধিৱেশনৰ - দিল্লী অভ্যৰ্থনা সমিতিৰ হৈ আমাৰ প্ৰৱাসী অসমীয়া সকলৰ বিভিন্ন লেখক -লেখিকাৰ ,গ্ৰন্থ, কবিতাৰ প্ৰকাশনসমূহ একত্ৰিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে নিৰ্মাণৰ কাম চলি আছে | লেখক লেখিকাৰ তালিকাভুক্তকৰণ কৰা সূচী https://ass-narayanpur.assam.org/as/writer এতিয়ালৈকে তালিকাখন হৈছে অণিমা নেওগ, চুমিন্দ্ৰ চৌধুৰী, চৈয়দা জেবীন চাবীৰা শ্বাহ, ডঃ জয়ন্তীমালা দেৱী বৰপূজাৰী ডঃ মলয়া খাওন্দ, ডাঃ নীলমণি শৰ্মা, ডাঃ বিপুল কুমাৰ বৰুৱা, ড০ লোহিত দত্ত-বৰুৱা দেৱজিৎ ভূঞা, শর্মীষ্ঠা বর্মন, হিৰণ দত্ত, হিৰণ্য কুমাৰ দাস, হিৰণ্য বৰা
Writer
Name: 
Mrs. Rima Sarmah
Profession: 
Journalist
Designation: 
Senior Journalist
workplace: 
Media Centre
Rima Sarmah