Video Link Assamese Unicode and Various Challenges
Thursday, March 17, 2022 - 07:13
Title:
Video Link Assamese Unicode and Various Challenges
ইউনিকোডত অসমীয়া ভাষা আৰু বিভিন্ন প্ৰত্যাহ্বান
এই কৰ্মশালাৰ সমল ব্যক্তি শ্ৰী সত্যজিৎ নাথ, ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ | এই কাৰিকৰী কৰ্মশালাত বিভিন্ন বিষয়বোৰে যেনে ইউনিকোড কি, ই অন্য কোড ASCII, ISCII আদিতকৈ কেনেধৰনে পৃথক, ইউনিকোডত থকা অসমীয়া ভাষাৰ অৱস্থিতি, কী-বৰ্ড, ভাষা-ভিত্তীক প্ৰচেছিং যেনে অনুবাদ, প্ৰতিশব্দ আৰু বিপৰীতশব্দ, স্বয়ং বানান সংশোধন, কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্ণিং(ML), বট আৰু গুগল ভইচ এচিষ্টেণ্ট, আঞ্চলিক ভাষাৰ এলগৰিথম, চাৰ্চ ইঞ্জিন গুগল / বিং, ইণ্টাৰনেটত অসমীয়া ভাষাৰ ‘লেং’ এট্ৰিবিউট, লোকেল কোড আদিৰ দ্ৱাৰা সমল উন্নীতকৰণ ইত্যাদি।