*ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ওপজা দিনত 'জ্যোতি সন্ধিয়া'

*ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ওপজা দিনত 'জ্যোতি সন্ধিয়া'

অনুষ্ঠানত অংশগ্ৰহণ কৰা শিল্পী ১. গছে গছে পাতি দিলে । । শ্ৰীমতী সমীক্ষা শৰ্মা, টেক্সাছ। আমেৰিকা https://www.youtube.com/watch?v=M7O1Lx-fLJE গছে গছে পাতি দিলে । । সমীক্ষা শৰ্মা ক্লাছ - ৬ ; বয়স - ১০ বছৰ ক্ৰিকছাইড পাৰ্ক জুনিয়ৰ হাইস্কুল পিতৃ - মণিশ কুমাৰ শৰ্মা মাতৃ - ৰিনি চক্ৰৱত্তী শৰ্মা ঠিকনা- হিউষ্টন, টেক্সাছ। আমেৰিকা ২, জ্যোতি সংগীত:মোৰে ভাৰতৰে মোৰে সপোনৰে গায়িকা শ্ৰীমতী আৰাধ্যা নাথ https://www.youtube.com/watch?v=edIpkATP1Fg শ্ৰীমতী আৰাধ্যা নাথ, দেউতাৰ নাম -ড° কমলা কান্ত নাথ। মাতৃ জুলি দত্ত নাথ। স্কুল।- চৰ্দাৰ পেটেল বিদ্যালয়। পঞ্চম শ্ৰেণী . বয়স-১০ বছৰ (dob-25/12/13)। চেক্টৰ ১৩.আৰ.কে পুৰম, নতুন দিল্লী ৬৬ ৩,. জ্যোতি সংগীত গছে গছে পাতি দিলে ফুলৰে শৰাই -অনৱিতা শৰ্মা আৰু অভিয়ুক্ট শৰ্মা https://www.youtube.com/watch?v=ur7B739PRRQ অনৱিতা শৰ্মা আৰু অভিয়ুক্ট শৰ্মা বয়স : ১২ বছৰ স্কুল : দিল্লী পাব্লিক স্কুল, বৃহত্তৰ ফৰিদাবাদ পিতৃ-মাতৃ : সন্দিপন শৰ্মা আৰু গৰ্গী বৰুৱা শৰ্মা , ফৰিদাবাদ ৪, জ্যোতি সংগীত শ্ৰীমতী টানিষ্ঠা গৌতম, গোৱালপাৰা https://www.youtube.com/watch?v=RR77r0FcUY4 জ্যোতি সংগীতশ্ৰীমতী টানিষ্ঠা গৌতম, সপ্তম শ্ৰেণী, কেন্দ্ৰীয় বিদ্যালয়, গোৱালপাৰা, অসম | ৫, লুইতৰে পানী যাবি অ'বৈ - বি পালকীৰ নৃত্য https://www.youtube.com/watch?v=uapTMTO5w8o লুইতৰে পানী যাবি অ'বৈ - বি পালকীৰ নৃত্য কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্ৰ বি পালকী কথকৰ ক্ষেত্ৰত চি চি আৰ টি বৃত্তিধাৰী। ২০১৮-১৯ বৰ্ষৰ বাবে চিচিআৰটি বৃত্তি লাভ কৰিছে। কথকৰ নৃত্য বিছাৰদ, ৬, জ্যোতি সংগীতত অংশীকা শিৱমৰ নৃত্য https://www.youtube.com/watch?v=1Gu7BiJnqKw জ্যোতি সংগীতত অংশীকা শিৱমৰ নৃত্য ; মাতৃ কাশ্মীৰা নাথ ৭, আমাৰে সখীয়া আকুল বিয়াকুলে টন্ট্ৰী দাস https://www.youtube.com/watch?v=8dw2YSohU_0 জ্যোতি সংগীত - আমাৰে সখীয়া আকুল বিয়াকুলে - টন্ট্ৰী দাস ৮, নিলয় দাস জ্যোতি সংগীত https://www.youtube.com/watch?v=EhqBrqX_g-0 নিলয় দাস জ্যোতি সংগীত ৯, ৰিম পাঠকৰ জ্যোতি সংগীত https://www.youtube.com/watch?v=LRrnyELaGfY ৰিম পাঠকৰ জ্যোতি সংগীত ১০, জ্যোতি সংগীত বাদ্যযন্ত্ৰত শিল্পী প্ৰদীপ শৰ্মা মোহন বীনা আৰু গীটাৰত ৰছিদ https://www.youtube.com/watch?v=mUj-s8UUmVc জ্যোতি সংগীত বাদ্যযন্ত্ৰত শিল্পী প্ৰদীপ শৰ্মা মোহন বীনাৰ ওপৰত আৰু গীটাৰত ৰছিদ - ১১ , প্ৰণামিকা গোস্বামীৰ জ্যোতি সংগীত https://www.youtube.com/watch?v=HaZWgnRyXns প্ৰণামিকা গোস্বামীৰ জ্যোতি ১২, জ্যোতি সংগীত প্ৰশান্ত ৰাজখোৱা https://www.youtube.com/watch?v=Y3rgVzfCxTg প্ৰশান্ত ৰাজখোৱাৰ জ্যোতি সংগীত ১৩ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰূপালীম আৰু লভিতা- সংক্ষেপে ৰমেশ বৰুৱা আৰু মানসী বৰুৱা৷ https://www.youtube.com/watch?v=IF3Y_BFvGao জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰূপালীম আৰু লভিতা- সংক্ষেপে ৰমেশ বৰুৱা আৰু মানসী বৰুৱা৷ ১৪ জ্যোতি-কাব্য চিন্তা ;ৰচনা : ৰমেশ বৰুৱা পৰিবেশন : তৃষ্ণা বৰকাকতি https://www.youtube.com/watch?v=G6rzO5X6KyI জ্যোতি-কাব্য চিন্তা ৰচনা : ৰমেশ বৰুৱা পৰিবেশন : তৃষ্ণা বৰকাকতি **
Event Date: 
Saturday, June 17, 2023 - 07:30
অনৱিতা শৰ্মা আৰু অভিয়ুক্ট শৰ্মা
টানিষ্ঠা গৌতম,
লুইতৰে পানী যাবি অ'বৈ - বি পালকীৰ নৃত্য
জ্যোতি সংগীত বাদ্যযন্ত্ৰত শিল্পী প্ৰদীপ শৰ্মা মোহন বীনাৰ ওপৰত আৰু গীটাৰত ৰছিদ