কাৰিকৰী কৰ্মশালা - ইউনিকোডত অসমীয়া ভাষা আৰু বিভিন্ন প্ৰত্যাহ্বান

কাৰিকৰী কৰ্মশালা - ইউনিকোডত অসমীয়া ভাষা আৰু বিভিন্ন প্ৰত্যাহ্বান

কাৰিকৰী কৰ্মশালা - ইউনিকোডত অসমীয়া ভাষা আৰু বিভিন্ন প্ৰত্যাহ্বান

অহা ১৩ মাৰ্চ ২০২২ তাৰিখ দেওবাৰে অসম এছোচিয়েছন দিল্লীৰ দ্বাৰা "কাৰিকৰী কৰ্মশালা -ইউনিকোডত অসমীয়া ভাষা আৰু বিভিন্ন প্ৰত্যাহ্বান" নামৰ এখনি কাৰিকৰী কৰ্মশালা অনুষ্ঠিত কৰা হৈছে | এই কৰ্মশালাৰ সমল ব্যক্তি শ্ৰী সত্যজিৎ নাথ, ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ | এই অনলাইন অনুষ্ঠানৰ ভি:চি: লিংক https://meet.google.com/acc-znvz-qmz. সমল ব্যক্তি শ্ৰী সত্যজিৎ নাথ দেৱৰ লিংকডইন লিংক https://www.linkedin.com/in/satnath/

এই কাৰিকৰী কৰ্মশালাত বিভিন্ন বিষয়বোৰে সামৰি ল'ব বুলি আশা কৰা হৈছে যেনে ইউনিকোড কি, ই অন্য কোড ASCII, ISCII আদিতকৈ কেনেধৰনে পৃথক, ইউনিকোডত থকা অসমীয়া ভাষাৰ অৱস্থিতি, কী-বৰ্ড, ভাষা-ভিত্তীক প্ৰচেছিং যেনে অনুবাদ, প্ৰতিশব্দ আৰু বিপৰীতশব্দ, স্বয়ং বানান সংশোধন, কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্ণিং(ML), বট আৰু গুগল ভইচ এচিষ্টেণ্ট, আঞ্চলিক ভাষাৰ এলগৰিথম, চাৰ্চ ইঞ্জিন গুগল / বিং, ইণ্টাৰনেটত অসমীয়া ভাষাৰ ‘লেং’ এট্ৰিবিউট, লোকেল কোড আদিৰ দ্ৱাৰা সমল উন্নীতকৰণ ইত্যাদি।
যিসকল লোকে অন্য বিষয়ো অন্তৰ্ভুক্ত কৰিব বিচাৰে, তেওঁলোকে assamassociationdelhi2015@gmail.com ই-মেইল বা ৯৯৬৮৬৬৬৫৯৯ নম্বৰত হোৱাটছএপ কৰিব পাৰে |

Event Date: 
Sunday, March 13, 2022 - 19:30