অসম এছোচিয়েছন দিল্লীৰ বিহু ২০২২ ৰ বাবে নিমন্ত্ৰণ

অসম এছোচিয়েছন দিল্লীৰ বিহু ২০২২ ৰ বাবে নিমন্ত্ৰণ

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনৈকৈ থাকো।

আমি অসম এচোছিয়েচন দিল্লীৰ হৈ অহা ১৫ এপ্ৰিল ২০২২ তাৰিখে সন্ধিয়া ৬:00 বজাৰ পৰা নতুন দিল্লীৰ লোডী ৰোডত অৱস্থিত শ্ৰী সত্যসাই আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত আপোনাক বন্ধু-বান্ধৱ, আত্মীয়স্বজন আৰু পৰিয়ালবৰ্গৰ সৈতে উপস্থিত থাকি অনুষ্ঠানটো উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছো । আপোনাৰলোকৰ উপস্থিতিত আমি নথৈ আনন্দিত হম ।

আন্তৰিকতাৰে

অঞ্জলি বৰুৱা দিব্যজিত দত্ত

সভানেত্ৰী সাধাৰণ সম্পাদক

Event Date: 
Friday, April 15, 2022 - 18:00
Assam Association  Delhi Bihu 2022
Assam Association  Delhi Bihu 2022
Assam Association  Delhi Bihu 2022